Mihir Bordoloi মিহিৰ বৰদলৈ Mihir Bordoloi Akul Meghe Dhale (Artist: Mihir Bordoloi)Dhumuha Raati (Artist: Mihir Bordoloi)Ei Nodi Jodi (Artist: Mihir Bordoloi)Ei Paare Moi (Artist: Mihir Bordoloi)Jomunare Bali (Artist: Mihir Bordoloi)Mayabi Nishare Rupali Chandrama (Artist: Mihir Bordoloi, Music: Anupam Choudhury, Lyrics: Tafajjul Ali)Mok Eti Sur Kori Tola (Artist: Mihir Bordoloi, Music: Mukul Baruah, Lyrics: Nirmol Probha Bordoloi)Phool Dilo Tomar Hatot (Artist: Mihir Bordoloi)Seuji Seuji (Artist: Mihir Bordoloi, Music/Lyrics: Jyotiprasad Agarwala) Tumi Probhator (Artist: Mihir Bordoloi) Share this:TwitterFacebookLike this:Like Loading...
ফুল দিলো তোমাৰ হাতত হৃদয় সপিলো তোমাক তোমাৰ ভুবন ভৰাই দিলো প্ৰীতিৰ ৰূপালী জোনাক প্ৰীতিৰ ৰূপালী জোনাক ফুল দিলো তোমাৰ হাতত হৃদয় সপিলো তোমাক তোমাৰ ভুবন ভৰাই দিলো প্ৰীতিৰ ৰূপালী জোনাক প্ৰীতিৰ ৰূপালী জোনাক ৷ কন্ঠ নিগৰি অহা গানৰ ভাষাৰে সজালো তোমাক নিতে (?) নতুন সুৰেৰে কন্ঠ নিগৰি অহা গানৰ ভাষাৰে বজালো তোমাৰ নিতে (?) নতুন সুৰেৰে ৷ সপোন ৰহণ দিলো গানৰ আশাত সপোন ৰহণ দিলো গানৰ আশাত ফুল দিলো তোমাৰ হাতত হৃদয় সপিলো তোমাক তোমাৰ ভুবন ভৰাই দিলো প্ৰীতিৰ ৰূপালী জোনাক প্ৰীতিৰ ৰূপালী জোনাক বক্ষ উজাৰি দিলো প্ৰাণৰ পৰাগখিনি যদি দান দিলা সেয়ে হিয়াৰ মৰম তুমি মন যেন হ’ল আজি পখিলাৰ জাক মন যেন হ’ল আজি পখিলাৰ জাক ফুল দিলো তোমাৰ হাতত হৃদয় সপিলো তোমাক তোমাৰ ভুবন ভৰাই দিলো প্ৰীতিৰ ৰূপালী জোনাক প্ৰীতিৰ ৰূপালী জোনাক প্ৰীতিৰ ৰূপালী জোনাক প্ৰীতিৰ ৰূপালী জোনাক Reply
Can you add 1) Bate pothe log pua ejoni suwali tai ….2) Diya ei duyu bahu meli 3) Uronia pokhijaku uri uri uri gusi gol of Mihir Bordoloi Reply
ফুল দিলো তোমাৰ হাতত
হৃদয় সপিলো তোমাক
তোমাৰ ভুবন ভৰাই দিলো
প্ৰীতিৰ ৰূপালী জোনাক
প্ৰীতিৰ ৰূপালী জোনাক
ফুল দিলো তোমাৰ হাতত
হৃদয় সপিলো তোমাক
তোমাৰ ভুবন ভৰাই দিলো
প্ৰীতিৰ ৰূপালী জোনাক
প্ৰীতিৰ ৰূপালী জোনাক ৷
কন্ঠ নিগৰি অহা
গানৰ ভাষাৰে
সজালো তোমাক নিতে (?)
নতুন সুৰেৰে
কন্ঠ নিগৰি অহা
গানৰ ভাষাৰে
বজালো তোমাৰ নিতে (?)
নতুন সুৰেৰে ৷
সপোন ৰহণ দিলো
গানৰ আশাত
সপোন ৰহণ দিলো
গানৰ আশাত
ফুল দিলো তোমাৰ হাতত
হৃদয় সপিলো তোমাক
তোমাৰ ভুবন ভৰাই দিলো
প্ৰীতিৰ ৰূপালী জোনাক
প্ৰীতিৰ ৰূপালী জোনাক
বক্ষ উজাৰি দিলো
প্ৰাণৰ পৰাগখিনি
যদি দান দিলা সেয়ে
হিয়াৰ মৰম তুমি
মন যেন হ’ল আজি
পখিলাৰ জাক
মন যেন হ’ল আজি
পখিলাৰ জাক
ফুল দিলো তোমাৰ হাতত
হৃদয় সপিলো তোমাক
তোমাৰ ভুবন ভৰাই দিলো
প্ৰীতিৰ ৰূপালী জোনাক
প্ৰীতিৰ ৰূপালী জোনাক
প্ৰীতিৰ ৰূপালী জোনাক
প্ৰীতিৰ ৰূপালী জোনাক
Please add “Jodi xarai halu heten – duk mukalite uuthi . . “
Can you add 1) Bate pothe log pua ejoni suwali tai ….2) Diya ei duyu bahu meli 3) Uronia pokhijaku uri uri uri gusi gol of Mihir Bordoloi
We’ll try to add those songs once we are able to find those out. Thanks!