Rudra Barua Songs ৰুদ্ৰ বৰুৱাৰ গীত

Rudra Barua (26 november 1926- 14February 1980)

Rudra Barua
(26 november 1926- 14February 1980)

12 thoughts on “Rudra Barua Songs ৰুদ্ৰ বৰুৱাৰ গীত

  1. This link appears to be an oasis in a desert, I feel really overwhelmed to have got it so suddenly. A true spirit of self-consciousness is focused in this link.

  2. I am very grateful to this site as I have found some songs which I was searching for many years. Thank you very much for preserving our identities. Best wishes.

    • অ’ বুলবুল অ’ তুলতুল
      অ’ সেউতী তৰা
      লুকা-ভাকু ভাল নালাগে
      খেল কইনা দৰা ।
      তুলতুল আমাৰ কইনা হওক
      বুলবুল হওক দৰা
      মই নামতী নাম লগাই দিওঁ
      দৰাঘৰীয়াক যোৰা
      অ’ সেউতী ই দৰা মাক
      ঘট-টেকেলী ধৰা ।
      কোৰোকাৰে দুৰলীতে
      চাউল হব বালি
      কচু পাতত শলাকানি
      সেয়ে হ’ব চাকি
      পানী-পচাত পানী তুলিম
      দুৰণিৰ ঘাট গড়া ।
      পাতাবাহাৰ পাত আনি
      বেই খনি ল’ম সাজি
      মিছা-মিছি হালধিৰে
      দুইকো নোৱাম আমি
      তৰাই ল’ব তুলতুলক
      সেউতীয়ে বুলবুলক
      দাঙি আনি বহুৱাম
      বেই তলৰ পৰা ।
      (ৰুদ্র বৰুৱা)

Leave a comment